শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

হাত যোৰ কৰিছো, মুখ্যমন্ত্ৰীক নজনাব বান সাহায্য পোৱা নাই বুলি: বন্যাৰ্তক আহ্বান একাংশৰ

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ কুমাৰবড়িৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শিবিৰ পাতি থকা বন্যাৰ্ত ৰাইজক দেখা কৰাৰ  আগমুহুৰ্তত একাংশ বিজেপি নেতা পালিনেতাৰ কাণ্ড কেমেৰাত আৱদ্ধ।।

একাংশই কয় যে মুখ্যমন্ত্ৰী আগত বান সাহায্য নোপোৱা অভিযোগ নিদিয়াৰ বিষয়ে একো নকব। আপোনলোকৰ বাবে তিৰপাল আনি থৈছো দিয়া নাই ।এই প্ৰগ্ৰেমতোৰ বাবে দিয়া নাই ।গতিকে হাত যোৰ কৰিছো মুখ্যমন্ত্ৰী একো নকব।

এইবোৰ কথা মুখ্যমন্ত্ৰীক ক’লে মন্ত্রীযে গালি খাব।বেলেগে গালি নাখায় মন্ত্ৰীয়ে গালি শুনিব। এইদৰে নেতা পালিনেতাই সাহায্য নোপোৱা বা বঞ্চিত হোৱা লোকক মুখ্যমন্ত্ৰীৰ ৰোষত পৰা ভয়ত কাকুটি মিনতি কৰা দেখা গৈছে।

আৰু পঢ়ক: ‘অগ্নিপথ’ নহয় স্থায়ী নিযুক্তি দিয়ক : ঢকুৱাখনাত চি পি আই (এম)ৰ প্ৰতিবাদ…