শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...

জাগীৰোডত জব্দ প্রায় ৫ কোটি টকাৰ ড্রাগছ…

  • জাগীৰোডত জব্দ প্রায় ৫ কোটি টকাৰ ড্রাগছ।
  • আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰী।
  • আটক মণিপুৰৰ বশিৰ খান, আলতাফ খান, গুৱাহাটীৰ জহিৰুল।
  • মণিপুৰৰ পৰা ট্রাকত আনিছিল ড্রাগছখিনি।
  • জব্দ NL 01 K 9543, NL O1 N 5480 নম্বৰৰ দুখন ট্রাক।
  • জব্দ AS 01 KC 5660 নম্বৰৰ এখন অ’টো ভান।