অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগন মোহন ৰেড্ডীৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগন মোহন ৰেড্ডীৰ
  • অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগন মোহন ৰেড্ডীৰ।
  • মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ উপস্থিত ডিএমকেৰ অধ্যক্ষ এম কে ষ্টালিন।
  • তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱো উপস্থিত জগম মোহন ৰেড্ডীৰ শপত গ্ৰহণ সমাৰোহত।
  • অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াত অনুষ্ঠিত হয় এই শপত গ্ৰহণ সমাৰোহ।
  • বুধবাৰে নিশা প্ৰচণ্ড ধুমুহা-বৰষুণে ক্ষতিসাধণ কৰিছিল শপত গ্ৰহণ সমাৰোহৰ পেণ্ডেলৰ।
  • তাৰ পিছতে বৃহস্পতিবাৰে পুৱা পেণ্ডেলৰ পুনৰ নিৰ্মাণৰ অন্তত অনুষ্ঠিত হয় শপত গ্ৰহণ সমাৰোহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in