কমিছে কোৰোনাৰ সংক্ৰমণঃ দেশত ২৪ঘন্টাত আক্ৰান্ত ৮০হাজাৰ…

কমিছে কোৰোনাৰ সংক্ৰমণঃ দেশত ২৪ঘন্টাত আক্ৰান্ত ৮০হাজাৰ…
  • দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • বিগত ২৪ঘন্টাত ভাৰতত ৮০হাজাৰ ৮৩৪গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • ৩,৩০৩গৰাকী লোকৰ মৃত্যু গৈছে উক্ত সময়চোৱাত।
  • দেশত পজিটিভিটী ৰেট ৪.২৫লৈ হ্ৰাস পাইছে।
  • ২৪ঘন্টাত ১লাখ ৩২হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in