শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

বাংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে গৈ থকা অৱস্থাত বাহনৰ পৰা উদ্ধাৰ ২.৩০ কোটি টকা

39
  • শনিবাৰে আয়কৰ বিভাগে অভিযান কালত জব্দ কৰে ২.৩০ কোটি টকা নগদ ধন।
  • এখন বাহনৰ চকীত সোমাই থৈছিল ধনখিনি।
  • বাংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে ধনখিনি নি থকা অৱস্থাত জব্দ কৰা হয় ধনখিনি।

  • ইফালে, গোৱা-কৰ্ণাটক সংযোগী এক স্থানতো আয়কৰ বিভাগে চলাই অভিযান।
  • এই অভিযানত জব্দ প্ৰায় ৪ কোটি টকা নগদ ধন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি