চন্দ্ৰযান-২ক লৈ ইছৰ’ৰ বিশেষ টুইট…

চন্দ্ৰযান-২ক লৈ ইছৰ’ৰ বিশেষ টুইট…
  • নতুন মিছন সন্দৰ্ভত ইছৰ'ৰ টুইট।
  • টুইটাৰযোগে ইছৰ'ই চন্দ্ৰযান-২ সন্দৰ্ভত জনায়-
  • চন্দ্ৰযান-২ৰ বাবে প্ৰায় সাজু হৈছে ইছৰ'।
  • ৯ জুলাইৰ পৰা ১৬ জুলাইৰ ভিতৰত নিক্ষেপ কৰা হ'ব চন্দ্ৰযান-২।
  • ৬ ছেপ্টেম্বৰ, ২০১৯ত চন্দ্ৰত আমাৰ চন্দ্ৰযানখন অৱতৰণ কৰা সম্ভাৱনা।
  • GSLVMKIII নামৰ চন্দ্ৰযান-২ য়ে এই লুনাৰ মিছৰৰ বাবে প্ৰয়োজনীয় ৩টা মডিউলছ কঢ়িয়াই নিব।
  • সেইকেইটা ক্ৰমে- অৰ্বিটাৰ, লেণ্ডাৰ (বিক্ৰম) আৰু ৰ'ভাৰ (প্ৰজ্ঞান)।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in