আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43

আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43

  • ISRO-এ আজি মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ।
  • ভাৰতীয় উপগ্ৰহ HysISৰ লগতে আন ২৯টা উপগ্ৰহ কঢ়িয়াই নিব PSLV-C 43-এ।
  • ইয়াৰে ২৩টা উপগ্ৰহ আমেৰিকাৰ।
  • পুৱা ৯.৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপণ কৰা হ'ব PSLV-C43 ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in