এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ উত্‍‍ক্ষেপণৰ বাবে প্ৰস্তুত ইছৰ’

এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ উত্‍‍ক্ষেপণৰ বাবে প্ৰস্তুত ইছৰ’
  • দেওবাৰে ইছৰ'ই মহাকাশলৈ উত্‍‍ক্ষেপণ কৰিব নতুন উপগ্ৰহ।
  • উত্‍‍ক্ষেপণ কৰা হ'ব এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ।
  • শ্ৰীহৰিকোটৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উত্‍‍ক্ষেপণ কৰা হ'ব উপগ্ৰহকেইটা।
  • এই কাৰ্যৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে সকলো।
  • উত্‍‍ক্ষেপণৰ বাবে সাজু কৰা ২৮টা উপগ্ৰহৰ ভিতৰত আছে লিথুৱানিয়া, স্পেইন, ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ কৃত্ৰিম উপগ্ৰহো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in