বুধবাৰে নিক্ষেপ কৰা হ’ব ইছৰ’ৰ নতুন উপগ্ৰহ

বুধবাৰে নিক্ষেপ কৰা হ’ব ইছৰ’ৰ নতুন উপগ্ৰহ
  • বুধবাৰে ইছৰ'ই মহাকাশলৈ নিক্ষেপ কৰিব নতুন উপগ্ৰহ।
  • কমিউনিকেশ্যন ছেটেলাইট জিএছএলভি-এফ ১১ নামৰ ছেটেলাইটতো নিক্ষেপ কৰা হ'ব।
  • শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰৰ পৰা নিক্ষেপ কৰা হ'ব ছেটেলাইটতো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in