আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ…

আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ…

ডিজিটেল ডেস্ক :

  • পূব এছিয়াত চীন-টাইৱান, পশ্চিম এছিয়াত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ।
  • মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধৰ উকমুকনি।
  • সমুখ-সমৰৰ দিশে আগবাঢ়িছে ইজৰাইল আৰু পেলেষ্টাইন।
  • পেলেষ্টাইনলৈ বোমাবৰ্ষণ ইজৰাইলৰ।
  • সেই বোমাবৰ্ষণত নিহত হৈছে ১৫টাকৈ সন্ত্ৰাসবাদী।
  • উল্লেখ্য যে, ইজৰাইললৈ শতাধিক ৰকেট নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদীয়ে।
  • আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in