শেহতীয়া খবৰ
জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে...  •  কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...

আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ…

ডিজিটেল ডেস্ক :

  • পূব এছিয়াত চীন-টাইৱান, পশ্চিম এছিয়াত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ।
  • মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধৰ উকমুকনি।
  • সমুখ-সমৰৰ দিশে আগবাঢ়িছে ইজৰাইল আৰু পেলেষ্টাইন।
  • পেলেষ্টাইনলৈ বোমাবৰ্ষণ ইজৰাইলৰ।
  • সেই বোমাবৰ্ষণত নিহত হৈছে ১৫টাকৈ সন্ত্ৰাসবাদী।
  • উল্লেখ্য যে, ইজৰাইললৈ শতাধিক ৰকেট নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদীয়ে।
  • আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ।

আৰু পঢ়ক : বাৰ্মিংহামত বাজি উঠিল নিলোৎপল বৰাৰ ‘ক্যা খেলা ৰে…চাব্বাছ’ গীতটি…