শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ফোন টেপিঙৰ অনুসন্ধানৰ বাবে ইজৰাইল চৰকাৰৰ টাস্ক ফ’ৰ্চ গঠন…

ডিজিটেল ডেস্কঃ ইজৰাইলৰ পেগাছাছৰ ফোন টেপিং বিষয়টোক লৈ অনুসন্ধান কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰাৰ ঘোষণা কৰিছে ইজৰাইল চৰকাৰে। বহু কেইগৰাকী শীৰ্ষ মন্ত্ৰী সদস্য হিচাপে আছে এই টাস্ক ফ’ৰ্চত। ফ্ৰান্সৰ লে মন্ডে বাতৰি কাকতখনৰ প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাত স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কৰা নাছিল কোনো চুক্তি।

উল্লেখযোগ্য যে, ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত টেলিফোন টেপিং কৰাৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয় যে, ভাৰতত বহু মন্ত্ৰী, সাংবাদিক, ব্যৱসায়ীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ টেলিফোন টেপিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি