শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

আই এছ এলঃ কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড…

456

ডিজিটেল ডেস্কঃ গোৱাৰ জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইণ্ডিয়ান ছুপাৰ লীগৰ বৃহস্পতিবাৰ মেচ। এই খেলখনত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ-ইষ্ট ইউনাইটেড। নৰ্থ-ইষ্ট ইউনাইটেডৰ প্রসিক্ষক জেৰাৰ্ড নাছে জানিব দিয়ে যে, খেলপথাৰত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি নামিব আমাৰ দল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে শক্তিশালী মুম্বাই চিটি এফ চিক কৰিছিল পৰাস্ত। ইফালে, দুয়োটা দলৰ পৰিসংখ্যাৰ দিশৰ পৰাও কেৰালা ব্লাষ্টাৰ্ছৰ তুলনাত যথেষ্ট সন্তোষজনক স্থিতিত আছে নৰ্থ-ইষ্ট ইউনাইটেড। সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব এই ৰোমাঞ্চকৰ মেচখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি