বৃহস্পতিবাৰে আই এছ এলত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড

বৃহস্পতিবাৰে আই এছ এলত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত হ'বলগীয়া আই এছ এলৰ মেচখনত নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাইন এফ চি। এইবাৰৰ প্ৰতিযোগিতাখনত এবাৰো জয়ী নোহোৱা চেন্নাইয়ে সন্ধিয়া ৭.৩০ বজাত খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে।

চেন্নাইৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখন চাবলৈ অপেক্ষা কৰি আছে ফুটবল অনুৰাগীয়ে। উল্লেখ্য যে, আজি অনুষ্ঠিত হ'বলগীয়া এই খেলখনত নাথাকিব দলটোৰ গ'লকীপাৰ ৰেহেনাছ টি পি। ইফালে, এখন খেল ড্ৰ' খেলাৰ বিপৰীতে এখনত জয়ী হৈছে নৰ্থ ইষ্ট ইউনাইটেড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in