বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO

বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO

ডিজিটেল ডেস্কঃ সম্পূৰ্ণ হৈ গ'ল বিশ্বজুৰি চৰ্চিত মুকেশ আম্বানীৰ কন্যা ঈষাৰ বিয়া। প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হল এই বিবাহ অনুষ্ঠান। মুকেশ আম্বানীয়ে বিয়ালৈ অতিথি মাতিবলৈকে এখন কাৰ্ডত ব্যয় কৰিছিল ৩ লাখকৈ টকা। এইখন ঈষা আম্বানীৰ বিয়াৰ নিমন্ত্ৰণী কাৰ্ড-

আৰু এই ব্যয় বহুল বিবাহ অনুষ্ঠানৰ দৃশ্য এয়া। কেনেদৰে সম্পন্ন হৈছিল কন্যাদানৰ পৰ্ব। চাওক ঈষা আৰু আনন্দ পীৰামলে কেনেকৈ পাতনি মেলিলে যুগ্ম জীৱনৰ-

আমাৰ গাঁৱৰ বিয়াবোৰত গাঁৱ ৰাইজে লাগি মেলি বিয়াৰ অতিথিক খোৱাবোৱাৰ লগতে সেৱা শুশ্ৰুষা কৰে। এই বিয়াত পিছে বিলনীয়া ৰূপত দেখা পোৱা গ'ল বিগ বিৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক-

মি: পাৰফেক্টনিচ আমিৰ খানো পিছ পৰি নাথাকিল। আম্বানী পৰিয়ালৰ এই বিয়াত বিলনীয়াৰূপত দেখা গ'ল বলিউদৰ ছুপাৰষ্টাৰ গৰাকীকো
হাতত মিঠাই বাতি লৈ ভি ভি আই পিক মিঠাই দিলেগৈ আমিৰ খানে

https://www.instagram.com/p/BrX-d_5ACCH/?utm_source=ig_web_copy_link

বিগ বি অমিতাভ বচ্চনৰ আম্বানী পৰিয়ালৰ সৈতে আছে সু সম্পৰ্ক । হাতে কামে লাগিল অমিতাভো । চাওক অমিতাভৰ এই ব্যস্ততা

https://www.instagram.com/p/BrX74N-gHJH/?utm_source=ig_web_copy_link

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in