শেহতীয়া খবৰ
মুখ খুলি নক’লেও টিকট নাপায় বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা...  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি

বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO

2,070

ডিজিটেল ডেস্কঃ সম্পূৰ্ণ হৈ গ’ল বিশ্বজুৰি চৰ্চিত মুকেশ আম্বানীৰ কন্যা ঈষাৰ বিয়া। প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হল এই বিবাহ অনুষ্ঠান। মুকেশ আম্বানীয়ে বিয়ালৈ অতিথি মাতিবলৈকে এখন কাৰ্ডত ব্যয় কৰিছিল ৩ লাখকৈ টকা। এইখন ঈষা আম্বানীৰ বিয়াৰ নিমন্ত্ৰণী কাৰ্ড-

আৰু এই ব্যয় বহুল বিবাহ অনুষ্ঠানৰ দৃশ্য এয়া। কেনেদৰে সম্পন্ন হৈছিল কন্যাদানৰ পৰ্ব। চাওক ঈষা আৰু আনন্দ পীৰামলে কেনেকৈ পাতনি মেলিলে যুগ্ম জীৱনৰ-

আমাৰ গাঁৱৰ বিয়াবোৰত গাঁৱ ৰাইজে লাগি মেলি বিয়াৰ অতিথিক খোৱাবোৱাৰ লগতে সেৱা শুশ্ৰুষা কৰে। এই বিয়াত পিছে বিলনীয়া ৰূপত দেখা পোৱা গ’ল বিগ বিৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক-

মি: পাৰফেক্টনিচ আমিৰ খানো পিছ পৰি নাথাকিল। আম্বানী পৰিয়ালৰ এই বিয়াত বিলনীয়াৰূপত দেখা গ’ল বলিউদৰ ছুপাৰষ্টাৰ গৰাকীকো
হাতত মিঠাই বাতি লৈ ভি ভি আই পিক মিঠাই দিলেগৈ আমিৰ খানে

বিগ বি অমিতাভ বচ্চনৰ আম্বানী পৰিয়ালৰ সৈতে আছে সু সম্পৰ্ক । হাতে কামে লাগিল অমিতাভো । চাওক অমিতাভৰ এই ব্যস্ততা

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি