আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ, চাওক VIDEO…

আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ, চাওক VIDEO…
  • ইৰাকত আমেৰিকান সেনাৰ ঠিকনাত আক্ৰমণ।
  • এক ডজনৰো অধিক বেলিষ্টিক মিছাইলেৰে আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ।
  • ইৰাকস্থিত অল অছদ আমেৰিকান এয়াৰবেছত সংঘটিত হয় এই আক্ৰমণ।
  • ইৰাণৰ সংবাদ প্ৰতিষ্ঠান ফাৰ্ছ নিউজে ইৰাকৰ আমেৰিকান এয়াৰবেছত আক্ৰমণৰ এক ভিডিঅ' মুকলি কৰিছে।
  • সংবাদ প্ৰতিষ্ঠানটোৱে ইৰাকস্থিত আমেৰিকান এয়াৰবেছত আক্ৰমণৰ এই ঘটনাক আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিশোধৰ আৰম্ভণি বুলি মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in