শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

ভয়ংকৰ বিস্ফোৰণ! নিহত ১৯ জন…

1,250
  • ইৰানৰ উত্তৰ তেহৰানত এখন মেডিকেল ক্লিনিকত ভয়ংকৰ বিস্ফোৰণ।
  • এই বিস্ফোৰণত নিহত হৈছে ১৯গৰাকীকৈ লোক।
  • নিহতসকলৰ ভিতৰত ১৫গৰাকী মহিলা আৰু ৪গৰাকী পুৰুষ।
  • ক্লিনিকখনৰ ভিতৰত গেছ লিক হোৱাৰ ফলতে এই বিস্ফোৰণ হোৱাৰ আশংকা।
  • বৰ্তমানলৈ স্থানীয় প্ৰশাসনে আনুষ্ঠানিকভাৱে সদৰি কৰা নাই কোনো তথ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি