ভয়ংকৰ বিস্ফোৰণ! নিহত ১৯ জন…

ভয়ংকৰ বিস্ফোৰণ! নিহত ১৯ জন…
  • ইৰানৰ উত্তৰ তেহৰানত এখন মেডিকেল ক্লিনিকত ভয়ংকৰ বিস্ফোৰণ।
  • এই বিস্ফোৰণত নিহত হৈছে ১৯গৰাকীকৈ লোক।
  • নিহতসকলৰ ভিতৰত ১৫গৰাকী মহিলা আৰু ৪গৰাকী পুৰুষ।
  • ক্লিনিকখনৰ ভিতৰত গেছ লিক হোৱাৰ ফলতে এই বিস্ফোৰণ হোৱাৰ আশংকা।
  • বৰ্তমানলৈ স্থানীয় প্ৰশাসনে আনুষ্ঠানিকভাৱে সদৰি কৰা নাই কোনো তথ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in