আই পি এছ বিষয়া অনুৰাগ টাংখা আৰু নাই..

আই পি এছ বিষয়া অনুৰাগ টাংখা আৰু নাই..
  • জ্যেষ্ঠ আৰক্ষী বিষয়া অনুৰাগ টাংখা আৰু নাই।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আই পি এছ বিষয়াগৰাকী।
  • দিল্লীত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে অনুৰাগ টাংখাই।
  • ভাৰতীয় আৰক্ষী সেৱাৰ অসমৰ কেডাৰ আছিল টাংখা।
  • ডেপুটেচনত বি পি আৰ এণ্ড ডিত কৰ্মৰত আছিল তেওঁ।
  • আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ পদত কৰ্মৰত আছিল টাংখা।
  • অসম আৰক্ষী বিভিন্ন পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
  • টাংখাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক ব্যক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in