শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কোৰোনাৰ প্ৰভাৱ! ২০২০ৰ টি-২০ বিশ্বকাপ স্থগিতৰ সিদ্ধান্ত আইচিচিৰ…

609

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপ-২০২০ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বিশ্বত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই লোৱা হৈছে এই সিদ্ধান্ত। টি-২০ বিশ্বকাপ অহা বছৰ অৰ্থাৎ ২০২১চনত অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ-নবেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা আছিল টি-২০ বিশ্বকাপ। সোমবাৰে আই চি চিৰ এক বৈঠকত কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি দৃষ্টি ৰাখি এই এইবাৰৰ টি-২০ বিশ্বকাপ স্থগিত ৰখা হয়। অৰ্থাৎ ২০২১চনৰ অক্টোবৰ-নবেম্বৰতহে অনুষ্ঠিত হ’ব এই বিশ্বকাপ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি