আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ

আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ
  • ৰিয়ান পৰাগ চুক্তিৱদ্ধ হ'ল ৰাজস্থান ৰয়েলছৰ সৈতে।
  • আই পি এলৰ বাবে চুক্তিৱদ্ধ হ'ল অসমৰ ক্ৰিকেটাৰগৰাকী৷
  • ২০ লাখ টকাত ৰিয়ান পৰাগ চুক্তিৱদ্ধ হ'ল দলটোৰ সৈতে৷
  • জয়দেৱ উনাদকট, বৰুণ চক্ৰৱৰ্তী সৰ্বাধিক দামী খেলুৱৈ৷
  • ৮.৪০ কোটি টকাত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ হ'ল জয়দেৱ৷
  • ইফালে, ৮.৪০ কোটিত কিংছ ইলেভেন পঞ্জাবৰে চুক্তি বৰুণৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in