আইপিএলঃ মুম্বাইয়ে বান্ধি দিলে ১৫৩ ৰানৰ লক্ষ্য…

ফাইল ফটো
ফাইল ফটো
  • আইপিএলৰ পঞ্চমখন মেচত প্রথমে বেটিং কৰিলে মুম্বাইয়ে।
  • প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে সংগ্ৰহ কৰিলে ১৫২ ৰান।
  • দলটোৰ সূৰ্যকুমাৰ যাদৱে কৰিছে সৰ্বাধিক ৰান।
  • বেটছমেনগৰাকীয়ে সংগ্ৰহ কৰিছে ৩৬টা বলত ৫৬ ৰান।
  • ইফালে অধিনায়ক ৰোহিত শৰ্মাই সংগ্ৰহ কৰিছে ৪৩ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in