শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

আইপিএলৰ প্ৰথম খেলতে ধোনী বাহিনীৰ সন্মুখত সহজ লক্ষ্য কোহলী বাহিনীৰ, ৰান সংগ্ৰহত ব্যৰ্থ বিৰাট, ভেলিয়াৰ্ছ

404
  • ২৩ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হৈছে ২০১৯ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চিজন-১২।
  • প্ৰথম দিনৰ আৰম্ভণি খেলতে সন্মুখ সমৰত চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
  • প্ৰথমে বেট হাতত লৈ আৰ চি বিয়ে বান্ধি দিলে ৭১ ৰানৰ লক্ষ্য।

IPL 2019, CSK vs RCB, Match 1 pics

  • টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ধোনীৰ নেতৃত্বাধীন চি এছ কেয়ে।
  • ইয়াৰ পিছতে ১৭.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭০ ৰান সংগ্ৰহ কৰে আৰ চি বিয়ে।

IPL 2019, CSK vs RCB, Match 1 pics

  • ৰান সংগ্ৰহত প্ৰথমখন খেলতে ব্যৰ্থ হ’ল কেপ্টেইন বিৰাট কোহলী, এবি ডি ভেলিয়াৰ্ছৰ দৰে খেলুৱৈ।
  • আৰ চি বিৰ হৈ সৰ্বাধিক ৰান (২৯) কৰে পাৰ্থিৱ পেটেলে।

  • ইফালে চিএছকেৰ হৈ হৰভজন সিং আৰু ইমৰান তাহিৰে লাভ কৰে ৩টাকৈ উইকেট।
  • চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে আজিৰ খেল খন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি