আইপিএল-২০২০ ফাইনেলঃ মুম্বাই vs দিল্লী…

আইপিএল-২০২০ ফাইনেলঃ মুম্বাই vs দিল্লী…

ডিজিটেল ডেস্কঃ ২০২০ৰ আইপিএলৰ শেষ পৰ্যায় আহি পৰিছে। ইউএইত অনুষ্ঠিত হৈ থকা আইপিএল টি-২০ৰ ফাইনেল মেচখন মঙলবাৰে অনুষ্ঠিত হ'ব। আইপিএলৰ চূড়ান্ত মেচখনত জয়ী হ'বলৈ সমুখ সমৰত নামিব দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ।

প্ৰথমবাৰৰ বাবে চাৰিবাৰকৈ আইপিএল শিতাপ লাভ কৰা মুম্বাইৰ বিৰুদ্ধে ফাইনেলত খেলপথাৰত নামিব দিল্লী। এই মেচখনত পঞ্চম বাৰলৈ জয়ী হোৱাৰ উদ্দেশ্যেৰে মুম্বাই ইণ্ডিয়ানছ খেলপথাৰত নমাৰ বিপৰীতে মুম্বাইক হৰুৱাই অভিলেখ গঢ়াৰ চেষ্টা চলাব দিল্লীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in