শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

আইপিএল-২০২০ ফাইনেলঃ মুম্বাই vs দিল্লী…

328

ডিজিটেল ডেস্কঃ ২০২০ৰ আইপিএলৰ শেষ পৰ্যায় আহি পৰিছে। ইউএইত অনুষ্ঠিত হৈ থকা আইপিএল টি-২০ৰ ফাইনেল মেচখন মঙলবাৰে অনুষ্ঠিত হ’ব। আইপিএলৰ চূড়ান্ত মেচখনত জয়ী হ’বলৈ সমুখ সমৰত নামিব দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ।

প্ৰথমবাৰৰ বাবে চাৰিবাৰকৈ আইপিএল শিতাপ লাভ কৰা মুম্বাইৰ বিৰুদ্ধে ফাইনেলত খেলপথাৰত নামিব দিল্লী। এই মেচখনত পঞ্চম বাৰলৈ জয়ী হোৱাৰ উদ্দেশ্যেৰে মুম্বাই ইণ্ডিয়ানছ খেলপথাৰত নমাৰ বিপৰীতে মুম্বাইক হৰুৱাই অভিলেখ গঢ়াৰ চেষ্টা চলাব দিল্লীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি