দিল্লীৰ সন্মুখত চেন্নাইয়ে বান্ধি দিলে ১৮৯ ৰানৰ লক্ষ্য, সুৰেশ ৰাইনাৰ হাফ চেঞ্চুৰী…

দিল্লীৰ সন্মুখত চেন্নাইয়ে বান্ধি দিলে ১৮৯ ৰানৰ লক্ষ্য, সুৰেশ ৰাইনাৰ হাফ চেঞ্চুৰী…
  • আইপিএলৰ শনিবাৰৰ মেচখনত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিল দিল্লী।
  • প্ৰথমে বেটিং কৰি চেন্নাইয়ে সংগ্ৰহ কৰিলে ১৮৮ ৰান।
  • এই মেচত প্ৰথমে বেটিং কৰিবলৈ আহি ৰুতুৰাজ গাইকোৱাডে ৫ ৰান আৰু ফাফ ডু প্লেছিছে ০ ৰানতে উইকেট হেৰুৱাই।
  • তাৰপাছত এম আলীয়ে ৩৬ ৰান, সৰ্বাধিক সুৰেশ ৰাইনাই ৫৪ ৰান, এম ৰায়ুডুৱে ২৩, ৰবিন্দ্ৰ জাডেজাই ২৬, ধোনীয়ে শূন্য, ছেম কাৰানে ৩৪ ৰান সংগ্ৰহ কৰে।
  • চেন্নাই ছুপাৰকিংছে দিল্লী কেপিটেলছৰ আগত ৭টা উইকেট হেৰুওৱাই বান্ধি দিলে ১৮৯ ৰানৰ লক্ষ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in