শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দিল্লীৰ সন্মুখত চেন্নাইয়ে বান্ধি দিলে ১৮৯ ৰানৰ লক্ষ্য, সুৰেশ ৰাইনাৰ হাফ চেঞ্চুৰী…

1,078
  • আইপিএলৰ শনিবাৰৰ মেচখনত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিল দিল্লী।
  • প্ৰথমে বেটিং কৰি চেন্নাইয়ে সংগ্ৰহ কৰিলে ১৮৮ ৰান।
  • এই মেচত প্ৰথমে বেটিং কৰিবলৈ আহি ৰুতুৰাজ গাইকোৱাডে ৫ ৰান আৰু ফাফ ডু প্লেছিছে ০ ৰানতে উইকেট হেৰুৱাই।
  • তাৰপাছত এম আলীয়ে ৩৬ ৰান, সৰ্বাধিক সুৰেশ ৰাইনাই ৫৪ ৰান, এম ৰায়ুডুৱে ২৩, ৰবিন্দ্ৰ জাডেজাই ২৬, ধোনীয়ে শূন্য, ছেম কাৰানে ৩৪ ৰান সংগ্ৰহ কৰে।
  • চেন্নাই ছুপাৰকিংছে দিল্লী কেপিটেলছৰ আগত ৭টা উইকেট হেৰুওৱাই বান্ধি দিলে ১৮৯ ৰানৰ লক্ষ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি