আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই…

আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই…

ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হ'ল চেন্নাই ছুপাৰ কিংছ। যোৱা ১৩ বছৰত প্রথমবাৰলৈ ইণ্ডিয়াম প্ৰিমিয়াৰ লীগৰ ৰেচৰ পৰা বাহিৰ হ'ল চেন্নাই। উল্লেখ্য যে, তিনি বাৰকৈ আইপিএলৰ চেম্পিয়ন হোৱা চেন্নাই ছুপাৰ কিংছে এইবাৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

অধিনায়ক এম এছ ধোনীৰ দল চেন্নাইয়ে দেওবাৰে ৰয়েল ছেলেঞ্জাৰ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰি জয়ী হৈছিল যদিও, প্লে'অফ হৈ যায় চেন্নাই ছুপাৰ কিংছ। যাৰ ফলত এতিয়াৰ পৰা ২০২০ বৰ্ষৰ ধোনীৰ অনুৰাগীসকলে দেখা নাপাব তেওঁৰ খেলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in