শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই…

ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই ছুপাৰ কিংছ। যোৱা ১৩ বছৰত প্রথমবাৰলৈ ইণ্ডিয়াম প্ৰিমিয়াৰ লীগৰ ৰেচৰ পৰা বাহিৰ হ’ল চেন্নাই। উল্লেখ্য যে, তিনি বাৰকৈ আইপিএলৰ চেম্পিয়ন হোৱা চেন্নাই ছুপাৰ কিংছে এইবাৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

অধিনায়ক এম এছ ধোনীৰ দল চেন্নাইয়ে দেওবাৰে ৰয়েল ছেলেঞ্জাৰ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰি জয়ী হৈছিল যদিও, প্লে’অফ হৈ যায় চেন্নাই ছুপাৰ কিংছ। যাৰ ফলত এতিয়াৰ পৰা ২০২০ বৰ্ষৰ ধোনীৰ অনুৰাগীসকলে দেখা নাপাব তেওঁৰ খেলা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি