আইপিএল : সন্মুখ সমৰত ধোনীৰ বিৰুদ্ধে নামিব কে এল ৰাহুল….

আইপিএল : সন্মুখ সমৰত ধোনীৰ বিৰুদ্ধে নামিব কে এল ৰাহুল….
  • ৰবিবাৰে আইপিএলত চেন্নাই চুপাৰ কিংচৰ বিৰুদ্ধে খেলপথাৰত নামিব কিংছ ইলেভেন পঞ্জাৱ।
  • আইপিএল২০২০ ৰ ৫৩ সংখ্যক খেল খনত অংশ লব দুয়োটা দলে ।
  • ভাৰতীয় সময় অনুসৰি ৩.৩০ মিনিটত আৰম্ভ হ'ব খেল
  • অবুধাবিৰ জায়েড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ।
  • চেন্নাইৰ বিৰুদ্ধে গুৰুত্বপূৰ্ন হ'ব এই খেলখন
  • পইন্ট তালিকাত কিংছ ইলেভেন পঞ্জাৱে পঞ্চম স্থান অধিকাৰৰ লগতে তালিকাৰ শেষত আছে চেন্নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in