আইপিএলৰ ফাইনেলত চেন্নাই বনাম মুম্বাই…

আইপিএলৰ ফাইনেলত চেন্নাই বনাম মুম্বাই…
  • আই পি এ-২০১৯ৰ দেওবাৰে ফাইনেল মেচ।
  • মুম্বাই আৰু চেন্নাই নামিব ক্ৰীজত।
  • টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই।
  • ২.৪ অভাৰত ২৯ ৰান সংগ্ৰহ কৰে মুম্বাইয়ে।
  • অপেনিঙত ক্ৰীজত বেটিঙৰ বাবে নামে ৰোহিত শৰ্মা আৰু কিউ ডে ক'ক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in