শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

শনিবাৰৰ পৰা আইপিএলৰ মহাৰণ আৰম্ভ

237
  • শনিবাৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতিক্ষিত আইপিএলৰ ১২সংখ্যক সংস্কৰণ।
  • শনিবাৰে নিশা ৮বজাৰ পৰা আৰম্ভ হ’ব প্ৰথমখন খেল।
  • তাৰ পূৰ্বে অনুষ্ঠিত হ’ব উদ্বোধনীৰ বিশেষ অনুষ্ঠান।
  • প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
  • খেলখন অনুষ্ঠিত হ’ব চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত।
  • বিগত বৰ্ষত চুড়ান্ত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিছিল চেন্নাই ছুপাৰ কিংছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি