বিশেষ ৰেহাই মূল্যত গুৱাহাটীতে কিনক আই ফোন-১১! ক’ত, কেনেকৈ…সবিশেষ, VIDEO

বিশেষ ৰেহাই মূল্যত গুৱাহাটীতে কিনক আই ফোন-১১! ক’ত, কেনেকৈ…সবিশেষ, VIDEO

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ ম'বাইল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভিতৰত সকলোৰে পৰিচিত নাম হ'ল এপল' । এপল' আই ফোন (I Phone) বিদেশৰ লগতে ভাৰততো বৃহৎ সংখ্যক লোকৰ প্ৰিয়। যোৱা ১০ ছেপ্তেম্বৰত নিশা প্ৰায় ১০.৩০ বজাত ভাৰতত এপল'ই মুকলি কৰিছিল বজাৰলৈ নতুনকৈ অহা আই ফোন ১১ৰ লগতে iPhone 11 Pro আৰু iPhone 11 Pro Max মডেলকেইটা। কিন্তু আই ফোন ব্যৱহাৰ কৰি ভাল পোৱা বা আই ফোন কিনিম বুলি পৰিকল্পনা কৰি থকা অসমৰ গ্ৰাহকৰ বাবে শেহতীয়াকৈ আহিছে এটা ভাল খবৰ।

সমগ্ৰ দেশত আই ফোনৰ এই নতুন মডেল কেইটা মুকলি হোৱাৰ পাচতে মহানগৰীৰ অভিজাত ইলেক্ট্ৰনিক প্ৰতিষ্ঠান ডাটামেশ্বনো সাজু আইফোনৰ নতুন ছিৰিজ তিনিওটাক আদৰিবলৈ। ২৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত আইফোনৰ তিনিটা আকৰ্ষণীয় মডেল উপলদ্ধ হব ডাটামেশ্বন। পূৰ্বৰ ফোন সমূহতকৈ বহুকেইটা নতুন ফিচাৰ সংযুক্ত কৰোৱা আই ফোন ১১ চিৰিজৰ ফোনকেইটাত গ্ৰাহকৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থাও কৰিছে প্ৰতিষ্ঠানটোৱে।

আগতীয়াকৈ বুকিঙৰ বাবে গ্ৰাহকে যোগাযোগ কৰিব পাৰিব জি এছ ৰোড আৰু বেলতলাস্থিত ডাটামেশ্বনৰ বিপনীত। ইয়াৰ বাবে 8811017275/7086094885 কেইটাত যোগাযোগ কৰিব পাৰিব ইচ্ছুক গ্ৰাহকে । ডাটামেশ্বনৰ জৰিয়তে আগতীয়াকৈ বুকিং কৰা গ্ৰাহকে লাভ কৰিব ৪ হাজাৰ টকাৰ বিশেষ উপহাৰ। লগতে থাকিব ৭০০০ টকালৈকে কেচবেক । বাজাজ, HDFC, IDFC First bankৰ পৰাও লাভ কৰিব ফাইনেন্সৰ সুবিধা। HDFC ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ জৰিয়তেও লাভ কৰিব EMIৰ সুবিধা। উল্লেখ্য যে, পুৰণি আইফোন এক্সচেঞ্জ কৰিও ক্ৰয় কৰিব পাৰিব আইফোনৰ এই তিনিওটা মডেল। এই তিনিওটা ছিৰিজৰ প্ৰাৰম্ভিক মূল্য হৈছে ৬৪, ৯০০ টকা।

এপল'ৰ আই ফোন ১১ৰ চিৰিজৰ ফোনত কি কি সুবিধা আছে, জানিবলৈ চাওঁক তলৰ ভিডিঅটোঃ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in