প্ৰতিকী ফটো
প্ৰতিকী ফটো

বিজেপিৰ প্ৰতি আৰু এটা আঞ্চলিক দলৰ মোহভংগ

  • ক্ৰমান্বয়ে বিজেপিৰ প্ৰতি মোহভংগ হৈছে মিত্ৰদল সমূহৰ।
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো প্ৰতিবাদ।
  • বিধেয়কখন শীঘ্ৰে বাতিল নকৰিলে ত্ৰিপুৰাতো বিজেপিৰ সংগ এৰাৰ হুংকাৰ আই পি এফ টিৰ।
  • ত্ৰিপুৰাৰ এই আঞ্চলিক দলৰ নেতৃত্বই জনালে এই কথা।
  • বৰ্তমান ত্ৰিপুৰাত শাসনত থকা বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে আছে আই পি এফ টি।
  • ইণ্ডিজেনাছ পিপুলছ ফ্ৰন্ট অৱ ত্ৰিপুৰাৰ আছে ৮জনকৈ বিধায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in