শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

ই ডিৰ জিম্মাত থাকিব নেকি পি চিদাম্বৰাম? মঙলবাৰে ন্যায়ালয়ে দিব ৰায়দান…

228

ডিজিটেল ডেস্কঃ আই এন এক্স মিডিয়া কেলেংকাৰীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামক ই ডিয়ে জিম্মাত ল’ব বিচৰা আৱেদনৰ সন্দৰ্ভত দিল্লীৰ ৰাওছ এভেনিউ ক’ৰ্টত শুনানি গ্ৰহণ কৰা হয়। ন্যায়ালয়ত ই ডিয়ে কয় যে, মানী লণ্ড্ৰিং কেলেংকাৰী সন্দৰ্ভত পি চিদাম্বৰামক সোধ-পোছৰ কৰাৰ প্ৰয়োজন আছে।

তাৰপাছত চিদাম্বৰামৰ অধিবক্তা কপিল ছিব্বলে ইয়াৰ বিৰোধিতা কৰি কয় যে আই এন এক্স মিডিয়া কেলেংকাৰীত ই ডিয়ে চিদাম্বৰামক জিম্মাত লোৱাৰ কোনো প্ৰয়োজন নাই। তাৰপাছত ন্যায়ালয়ে এই সন্দৰ্ভত মঙলবাৰে পুনৰ শুনানি গ্ৰহণৰ কথা উল্লেখ কৰে। ন্যায়ালয়ে মঙলবাৰে সন্ধিয়া ৪ বজাত ৰায়দান দিব বুলিও জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি