সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা…

সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা…
  • পুনৰ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ ম্যাদ।
  • ১৬ ডিচেম্বৰ অৰ্থাৎ সোমবাৰলৈকে বন্ধ থাকিব ৰাজ্যৰ ইণ্টাৰনেট সেৱা।
  • সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ ৰখা হ'ব ইণ্টাৰনেট।
  • গৃহ বিভাগৰ এক সূত্ৰই সদৰী কৰিছে এই কথা।
  • উল্লেখ্য যে 'কেব' বিৰোধী প্ৰতিবাদৰ বাবে প্ৰথমে ২৪ ঘণ্টা বন্ধ কৰিছিল ইণ্টাৰনেট পৰিসেৱা।
  • তাৰ পিছতে এই ম্যাদ ৪৮ ঘণ্টালৈ বৃদ্ধি কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in