শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা…

267
  • পুনৰ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ ম্যাদ।
  • ১৬ ডিচেম্বৰ অৰ্থাৎ সোমবাৰলৈকে বন্ধ থাকিব ৰাজ্যৰ ইণ্টাৰনেট সেৱা।
  • সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ ৰখা হ’ব ইণ্টাৰনেট।
  • গৃহ বিভাগৰ এক সূত্ৰই সদৰী কৰিছে এই কথা।
  • উল্লেখ্য যে ‘কেব’ বিৰোধী প্ৰতিবাদৰ বাবে প্ৰথমে ২৪ ঘণ্টা বন্ধ কৰিছিল ইণ্টাৰনেট পৰিসেৱা।
  • তাৰ পিছতে এই ম্যাদ ৪৮ ঘণ্টালৈ বৃদ্ধি কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি