আন্তঃৰাষ্ট্ৰীয় চুটী ছবি মহোৎসৱঃ অসমৰ পাৰ্থজিৎ বৰুৱালৈ ‘ব্ৰেকিং দ্য চাইলেঞ্চ’ তথ্যচিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা…

আন্তঃৰাষ্ট্ৰীয় চুটী ছবি মহোৎসৱঃ অসমৰ পাৰ্থজিৎ বৰুৱালৈ ‘ব্ৰেকিং দ্য চাইলেঞ্চ’ তথ্যচিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা…
  • অসমৰ পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।
  • আন্তঃৰাষ্ট্ৰীয় চুটী ছবি মহোৎসৱত এই বঁটা প্ৰদান কৰা হয় বৰুৱাক।
  • তেওঁৰ 'ব্ৰেকিং দ্য চাইলেঞ্চ' শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা।
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থজিৎ বৰুৱাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in