ঘৰলৈ যোৱাৰ কথা ভাৱিছে নেকি? আজিৰে পৰা দুদিনৰ বাবে খোলা…

ঘৰলৈ যোৱাৰ কথা ভাৱিছে নেকি? আজিৰে পৰা দুদিনৰ বাবে খোলা…
  • আজিৰে পৰা দুদিনৰ বাবে ৰাজ্যত আন্তঃজিলা যাতায়তৰ অনুমতি।
  • সোম আৰু মঙলবাৰে খোলা থাকিব আন্তঃজিলা যাতায়ত।
  • এই সময়ত এখন জিলাৰ পৰা আন জিলালৈ যাবৰ বাবে লব নালাগে কোনো অনুমতি।
  • প্ৰত্যোক সপ্তাহৰ সোম আৰু মঙলবাৰে খোলা থাকিব আন্তঃজিলা যাতায়ত।
  • ইতিমধ্যে মুখ্য সচিবে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in