ঘৰলৈ যাব নেকি! দুদিনৰ বাবে খোলা আন্তঃজিলা যাতায়াত…

ঘৰলৈ যাব নেকি! দুদিনৰ বাবে খোলা আন্তঃজিলা যাতায়াত…
  • আজিৰে পৰা দুদিনৰ বাবে ৰাজ্যত শিথিল কৰা হল আন্তঃজিলা যাতায়াত ব্যৱস্থা।
  • আজি আৰু কাইলৈ যাব পাৰিব এখন জিলাৰ পৰা অন্য জিলালৈ।
  • ব্যক্তিগত বাহনৰ লগতে যাব পাৰিব ASTCৰ বাছেৰেও।
  • এখন বাছত ৩২জন যাত্ৰীৰ পৰিৱৰ্তে নিব লাগিব ১৬জনকৈ যাত্ৰী।
  • দিনৰ ভাগতে গুৱাহাটীৰ পৰা উজনি-নামনিলৈ চলিব বাছ।
  • ৰেড বাছ ডট কম যোগে যাত্ৰীয়ে বুকিম কৰিব পাৰিব টিকট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in