ভাৰত-ৱেষ্টইণ্ডিজৰ দ্বিতীয়খন টি-২০, ৱেষ্টইণ্ডিজৰ সন্মুখত ১৯৬ ৰাণৰ লক্ষ্য ভাৰতৰ

ভাৰত-ৱেষ্টইণ্ডিজৰ দ্বিতীয়খন টি-২০, ৱেষ্টইণ্ডিজৰ সন্মুখত ১৯৬ ৰাণৰ লক্ষ্য ভাৰতৰ
  • লক্ষ্নৌৰ একানা ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতত-ৱেষ্টইণ্ডিজৰ দ্বিতীয়খন টি-২০ খেল।
  • ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ১৯৬ ৰানৰ লক্ষ্য ভাৰতৰ।
  • ১১১ ৰানেৰে অপৰাজিত হৈ ৰয় ভাৰতীয় অধিয়ানক ৰোহিত শৰ্মা।
  • মাত্ৰ ৬১ টা বলত এই ৰান সম্পূৰ্ণ কৰে ৰোহিত শৰ্মাই।
  • টছত জিকি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল কেৰিবিয়ান দলটোৱে।
  • ইতিমধ্যে দুইখন দেশৰ মাজৰ টি-২০ শৃংখলাত ১-০ৰ অগ্ৰগতিত আছে ভাৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in