সত্ৰীয়া সংস্কৃতিৰ সাধক ইন্দ্ৰ মোহন বৰাৰ বিয়োগ…

সত্ৰীয়া সংস্কৃতিৰ সাধক ইন্দ্ৰ মোহন বৰাৰ বিয়োগ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বৰবায়ন ইন্দ্ৰ মোহন বৰাৰ বিয়োগ। নগাঁৱৰ শেতালী গাৱঁৰ চিৰকুমাৰ ইন্দ্ৰ মোহন বৰুৱাই গুৱাহাটী ৰবিন্দ্ৰ ভৱনত গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোল বাদন প্ৰতিযোগিতাত সৰ্ব শ্ৰেষ্ঠ বায়নৰ সন্মান লাভ কৰিছিল। ওৰে জীৱন খোল বাদ্যৰ চৰ্চা কৰি নিষ্ঠাৰে চলাই আহিছিল জীৱন পৰিক্ৰমা। অবশেষত শনিবাৰে নিশা নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই অজান দেশলৈ গুছি গল তেওঁ। মৃত্যু সময়ত বয়স আছিল ৫৯ বছৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in