পুনৰ আন এজন অভিনেতাই বাচি ল’লে আত্মহননৰ পথ…

পুনৰ আন এজন অভিনেতাই বাচি ল’লে আত্মহননৰ পথ…
  • জনপ্ৰিয় অভিনেতা ইন্দ্ৰ কুমাৰে বাচি ল'লে মৃত্যুৰ চৰম পথ।
  • তামিল নাডুৰ পেৰাবালুৰত আত্মহত্যা কৰে অভিনেতাজনে।
  • খবৰ অনুসৰি তামিলৰ দুৰদৰ্শন অভিনেতাজনে ডিঙিত চিপ লগাই আত্মহত্যা কৰে।
  • সেই সময়ত এজন বন্ধুৰ ঘৰত আছিল অভিনেতাজন।
  • শ্ৰী লংকা মূলীয় এইজন তামিল অভিনেতা চেন্নাই ৰিফিউজী কেম্পত বাস কৰিছিল।
  • তেওঁ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
  • অভিনেতা জনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগী সকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in