পুৱাই ৬.০ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ইন্দোনেছিয়াত পুৱাই ভূমিকম্পৰ জোকাৰণি।
  • পুৱা ৫ বাজি ২৯ মিনিটত ইন্দোনেছিয়াক জোঁকাৰি গল ভূমিকম্পই।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.০ ।
  • ইন্দোনেছিয়াৰ চুম্বা অঞ্চলত আছিল ভূমিকম্পটোৰ কেন্দ্ৰস্থল।
  • বৰ্তমানৰ লৈকে ভূমিকম্পটোত হতাহতিৰ খবৰ লাভ কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in