দেওবাৰে ভূমিকম্পই জোঁকাৰি গ’ল ইন্দোনেছিয়া

দেওবাৰে ভূমিকম্পই জোঁকাৰি গ’ল ইন্দোনেছিয়া
  • দেওবাৰে পুৱাই ইন্দোনেছিয়া কঁপালে ভূমিকম্পই।
  • ইন্দোনেছিয়াৰ ল'ম্বোকত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • ৫.৫ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।
  • পুৱা প্ৰায় ৭.০০ বজাত (ক'ৰ্ডিনেটেড ইউনিভাৰ্ছেল সময় অনুসৰি) অনুভূত হয় ভূমিকম্প।
  • বৰ্তমানলৈ কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in