ইন্দোনেছিয়া অপেন বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত পি ভি সিন্ধু…

ইন্দোনেছিয়া অপেন বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত পি ভি সিন্ধু…
  • ভাৰতৰ মহিলা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুই প্ৰৱেশ কৰিলে ইন্দোনেছিয়া অপেন বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত।
  • শনিবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত জয়ী হয় পি ভি সিন্ধু।
  • চীনৰ বেডমিন্টন খেলুৱৈ চেন ইউ ফেইক পৰাস্ত কৰে পি ভি সিন্ধুৱে।
  • চেম্পিয়নশ্বিপখনৰ ফাইনেলত সমুখ সমৰত থিয় হ'ব পি ভি সিন্ধু আৰু জাপানৰ খেলুৱৈ অকানে য়ামাগুছী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in