শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

ইন্দোনেছিয়া অপেন বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত পি ভি সিন্ধু…

131
  • ভাৰতৰ মহিলা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুই প্ৰৱেশ কৰিলে ইন্দোনেছিয়া অপেন বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত।
  • শনিবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত জয়ী হয় পি ভি সিন্ধু।
  • চীনৰ বেডমিন্টন খেলুৱৈ চেন ইউ ফেইক পৰাস্ত কৰে পি ভি সিন্ধুৱে।
  • চেম্পিয়নশ্বিপখনৰ ফাইনেলত সমুখ সমৰত থিয় হ’ব পি ভি সিন্ধু আৰু জাপানৰ খেলুৱৈ অকানে য়ামাগুছী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি