আকৌ ইণ্ডোনেছিয়াত ভূমিকম্প

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আকৌ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া।
  • ৰিখটাৰ স্কেলৰ ৫.৯ প্ৰাবল্যৰ ভূমিকম্প অনুভূত।
  • ইণ্ডোনেছিয়াৰ ছুম্বা দ্বীপত এই ভূমিকম্প।
  • শুকুৰবাৰেও দেশখনত হৈছিল ৭.৫ প্ৰাবল্যৰ ভূমিকম্প।
  • এই ভূমিকম্পত নিহত হৈছিল ৮০০ৰো অধিক লোকৰ।
  • ভূমিকম্পৰ পাছতেই আহিছিল ছুনামী।
  • ধ্বংসস্তূপত পৰিণত হৈছিল পালু চহৰ।
  • আন্দামান নিকোবৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত।
  • ৰিখটাৰ স্কেলত ৫ প্ৰালব্যৰ আছিল এই ভূমিকম্প।
  • সোমবাৰে সন্ধিয়া ৬.৪৫ বজাত অনুভূত হৈছিল এই কম্পন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in