নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চচলত ইণ্ডিজেনাছ ফ’ৰাম আছামৰ প্ৰতিবাদ

  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চচলত ইণ্ডিজেনাছ ফ'ৰাম আছামৰ প্ৰতিবাদ।
  • হাতে হাতে কেব বিৰোধী প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত শতাধিক লোকৰ।
  • আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াৰো অংশ গ্ৰহণ প্ৰতিবাদত।
  • 'অসমীয়া ৰাইজৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে বিজেপিয়ে।'
  • 'অসমৰ খিলঞ্জীয়া ৰাইজে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব।'
  • -নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে অনুপ চেতিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in