শেহতীয়া খবৰ
আমাৰ নহয়, অসম হ’ব নবীন সিংহালৰ!  •  লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...  •  কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ...  •  অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...  •  নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চচলত ইণ্ডিজেনাছ ফ’ৰাম আছামৰ প্ৰতিবাদ

145
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চচলত ইণ্ডিজেনাছ ফ’ৰাম আছামৰ প্ৰতিবাদ।
  • হাতে হাতে কেব বিৰোধী প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত শতাধিক লোকৰ।
  • আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াৰো অংশ গ্ৰহণ প্ৰতিবাদত।
  • ‘অসমীয়া ৰাইজৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে বিজেপিয়ে।’
  • ‘অসমৰ খিলঞ্জীয়া ৰাইজে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব।’
  • -নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে অনুপ চেতিয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি