অৰুণাচলৰ পাছিঘাটত ইণ্ডিজেনাছ ফেইথ দে’ উদযাপন

অৰুণাচলৰ পাছিঘাটত ইণ্ডিজেনাছ ফেইথ দে’ উদযাপন
  • অৰুণাচলৰ পাছিঘাটত Indigenous Faith Day উদযাপন।
  • দঞি পল খুম কো মন্দিৰৰ ভূমি পূজন৷
  • ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, পূৰ্বৰ ৰাষ্ট্ৰীয় উপ নিৰাপত্তা উপদেষ্টা অৰবিন্দ গুপ্তাৰ লগতে কেইবাগৰাকী দেশ-বিদেশৰ ধৰ্ম গুৰু উপস্থিত থাকে।
  • উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ আপাতানি, আদি, নিছি আদি জনগোষ্ঠীয়ে দঞি পলক উপাস্য দেৱতা হিচাবে জ্ঞান কৰে।
  • তালম ৰুক বক দঞি পল উপসনা পদ্ধতিৰ ধৰ্ম গুৰুৰ মান্যতা প্ৰদান কৰা হৈছে।
  • তেওঁৱে অৰুণাচলবাসীক ঈশ্বৰ উপসনাৰ পথ দিলে বুলি বিশ্বাস।
  • এই জনা ধৰ্ম গুৰুৰ জন্মদিন পাছিঘাটত Indigenous Faith Day হিচাবে উদযাপন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in