শেহতীয়া খবৰ
কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ

অৰুণাচলৰ পাছিঘাটত ইণ্ডিজেনাছ ফেইথ দে’ উদযাপন

196
  • অৰুণাচলৰ পাছিঘাটত Indigenous Faith Day উদযাপন।
  • দঞি পল খুম কো মন্দিৰৰ ভূমি পূজন৷

  • ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, পূৰ্বৰ ৰাষ্ট্ৰীয় উপ নিৰাপত্তা উপদেষ্টা অৰবিন্দ গুপ্তাৰ লগতে কেইবাগৰাকী দেশ-বিদেশৰ ধৰ্ম গুৰু উপস্থিত থাকে।

  • উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ আপাতানি, আদি, নিছি আদি জনগোষ্ঠীয়ে দঞি পলক উপাস্য দেৱতা হিচাবে জ্ঞান কৰে।
  • তালম ৰুক বক দঞি পল উপসনা পদ্ধতিৰ ধৰ্ম গুৰুৰ মান্যতা প্ৰদান কৰা হৈছে।
  • তেওঁৱে অৰুণাচলবাসীক ঈশ্বৰ উপসনাৰ পথ দিলে বুলি বিশ্বাস।
  • এই জনা ধৰ্ম গুৰুৰ জন্মদিন পাছিঘাটত Indigenous Faith Day হিচাবে উদযাপন কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি