দেশৰ প্ৰথম লোকপাল হিচাপে শপতগ্ৰহণ পিনাকী ঘোষৰ…

দেশৰ প্ৰথম লোকপাল হিচাপে শপতগ্ৰহণ পিনাকী ঘোষৰ…
  • ন্যায়াধীশ পিনাকী ঘোষৰ শপতগ্ৰহণ।
  • শনিবাৰে দেশৰ প্ৰথমগৰাকী লোকপাল হিচাপে শপতগ্ৰহণ কৰে ঘোষে।
  • শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভাংকায়া নাইডু।
  • পিনাকী ঘোষৰ শপতগ্ৰহণ অনুষ্ঠানত লগতে উপস্থিত থাকে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in