শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬০লাখৰ ঘৰ…

136

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬০লাখৰ ঘৰ। বিগত ২৪ঘন্টাত ভাৰতত ৮২হাজাৰ ১৭০গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। এই সময়খিনিত ১,০৩৯গৰাকী কোৰোনা ৰোগী মৃত্যু হৈছে। উল্লেখ্য যে, ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬০লাখ ৭৫হাজাৰ। ইয়াৰে ৫০লাখ ৰোগী সুস্থ হৈ ধৰলৈ উভটিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি