দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬০লাখৰ ঘৰ…

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬০লাখৰ ঘৰ…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬০লাখৰ ঘৰ। বিগত ২৪ঘন্টাত ভাৰতত ৮২হাজাৰ ১৭০গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। এই সময়খিনিত ১,০৩৯গৰাকী কোৰোনা ৰোগী মৃত্যু হৈছে। উল্লেখ্য যে, ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬০লাখ ৭৫হাজাৰ। ইয়াৰে ৫০লাখ ৰোগী সুস্থ হৈ ধৰলৈ উভটিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in