ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক…

ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক…
  • বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৯৩হাজাৰ ৩৩৭গৰাকী লোক।
  • মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,২৪৭গৰাকী ৰোগী।
  • এই বৰ্দ্ধিত সংখ্যাৰ সৈতে ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫৩লাখৰ ঘৰ।
  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ৫৩লাখ ৮হাজাৰ ১৫গৰাকী।
  • ইয়াৰে ৪২লাখ ৮হাজাৰ ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৫হাজাৰ ৬১৫গৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in