টকিঅ’ অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

টকিঅ’ অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা
  • টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত হৈছে এথলিট নীৰজ চোপ্ৰা।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা সদৰি কৰিছে।
  • দক্ষিণ আফ্ৰিকাৰ Athletics Central North East meetingত ৮৭.৮৬ মিটাৰ জেভলিন থ্ৰ' কৰাৰ পিছতে তেওঁক নিৰ্বাচিত কৰা হয়।
  • শেহতীয়াভাৱে নীৰজ চোপ্ৰাই ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in