শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

টকিঅ’ অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

249
  • টকিঅ’ অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত হৈছে এথলিট নীৰজ চোপ্ৰা।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা সদৰি কৰিছে।
  • দক্ষিণ আফ্ৰিকাৰ Athletics Central North East meetingত ৮৭.৮৬ মিটাৰ জেভলিন থ্ৰ’ কৰাৰ পিছতে তেওঁক নিৰ্বাচিত কৰা হয়।
  • শেহতীয়াভাৱে নীৰজ চোপ্ৰাই ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি