নতুন যান-বাহন আইনৰ বিৰোধিতাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ… চাওঁক VIDEO

নতুন যান-বাহন আইনৰ বিৰোধিতাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ… চাওঁক VIDEO
  • কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ।
  • ভাৰতীয় যুৱ কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
  • নতুন সংশোধিত যান-বাহন আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে।
  • প্ৰতিবাদকাৰীসকলে এখন স্কুটাৰ দাঙি দলিয়াই দিয়ে।
  • জৰিমনা বৃদ্ধি পোৱাৰ বাবে নতুন যান-বাহন আইনৰ বিৰোধিতা কৰিছে বহু লোকে।
  • ইফালে, মঙলবাৰে গুজৰাটত নতুন যান-বাহন আইনৰ জৰিমনা হ্ৰাস কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in