শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

নতুন যান-বাহন আইনৰ বিৰোধিতাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ… চাওঁক VIDEO

442
  • কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ।
  • ভাৰতীয় যুৱ কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
  • নতুন সংশোধিত যান-বাহন আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে।
  • প্ৰতিবাদকাৰীসকলে এখন স্কুটাৰ দাঙি দলিয়াই দিয়ে।
  • জৰিমনা বৃদ্ধি পোৱাৰ বাবে নতুন যান-বাহন আইনৰ বিৰোধিতা কৰিছে বহু লোকে।
  • ইফালে, মঙলবাৰে গুজৰাটত নতুন যান-বাহন আইনৰ জৰিমনা হ্ৰাস কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি