শেহতীয়া খবৰ

পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

319
  • বৃহস্পতিবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য।
  • বৰ্তমান ভাৰতীয় টকাৰ মূল্য ১ ডলাৰৰ বিপৰীতে ৭৪.৪৭ টকা।
  • ৮ অক্টোবৰত ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিল ৭৪.০২ টকা।
  • যোৱা কিছুদিন ধৰি ডলাৰৰ তুলনাত অব্যাহত আছে টকাৰ মূল্যৰ অৱনমন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি