শেহতীয়া খবৰ
যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন

ভাৰতীয় ৰেল বিভাগে পুৰণি আৰু অব্যৱহৃত সামগ্ৰী বিক্ৰী কৰি লাভ কৰিলে ৩৫হাজাৰ কোটিৰো অধিক ধন…

951

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেল বিভাগে লাভ কৰিলে এক বৃহৎ পৰিমানৰ ধনৰাশি। অৱশ্যে এই ধনৰাশি যাত্ৰীসকলৰ পৰা লাভ কৰা নাই বিভাগটোৱে। ৰেলৱে বিভাগে আৰ টি আইৰ এক আৱেদনৰ উত্তৰত জাৰি কৰা তথ্য অনুসৰি, বিভাগটোৱে পেলনীয়া আৰু পুৰণি অব্যৱহৃত সামগ্ৰীৰ পৰা ১০ বছৰত প্ৰায় ৩৫,০৭৩ কোটি টকা ধন লাভ কৰিছে। ৰেল মন্ত্ৰণালয়ে যোৱা ১০ বছৰৰ ভিতৰত এই পেলনীয়া আৰু পুৰণি অব্যৱহৃত সামগ্ৰীসমূহ বিক্ৰী কৰি বিভাগটোৱে লাভ কৰিছে এই ধন।

বিভাগটোৱে সদৰী কৰা অনুসৰি, ২০০৯-১০বৰ্ষৰ পৰা ২০১৩-১৪ বৰ্ষলৈ এই পাঁচ বছৰত যিমান সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিলে তাৰ তুলনাত ২০১৪-১৫ৰ পৰা ২০১৮-১৯ বৰ্ষলৈ এই পেলনীয়া আৰু অব্যৱহৃত সামগ্ৰী বিক্ৰী কৰি লাভ কৰা ধনৰ পৰিমান কম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি